Rating: 5 out of 5.

Assamese Poem .পৰীৰ চোৱাৰ হেঁপাহ असमिया कविता Assamese Poem . Romantic Assamese Poems in Assamese. Assamese Love Kobita.

পৰীৰ-চোৱাৰ-হেঁপাহ-असमिया-assame poem

পৰীৰ চোৱাৰ হেঁপাহ असमिया कविता Assamese Poem

দেখা নাই মই,
তথাপি শুনিছিলো সৰুতে আইতাৰ মুখত,
পৰীৰ ৰূপ লাবণ্যৰ কথা।

পৰী চোৱাৰ হেপাহ সদায়েই আছিল ।

কল্পনাৰ সাগৰত যেতিয়াই ডুবিয়াইছিলো,
তেতিয়াও কিজানি পৰিস্ফুত
হোৱানাছিল পৰীৰ অবয়বৰ কথা!!

বৰ্ননাতীত আপৰূপ আভাই চকুত চাতমাৰি ধৰে।

চাবই নোৱাৰি সাধাৰণ মনুষ্য হৈ,
আজিও যেন থাকি গল ,
পৰী চোৱাৰ হেপাহ।

ঘুমুতি ভাঙিলে পৰীও বোলে আঁতৰি যায় ;
কোনোবা জোনবাইৰ দেশলৈ..
আইতাই কৈছিল তাহানিতেই।


“I haven’t seen it, Yet I heard from my grandmother when I was a child, The appearance of the fairy is beautiful.

I always wanted to see fairies.

Whenever I was drowning in the ocean of imagination, Even then, perhaps it was obvious It wasn’t about the fairy body!!

There is an indescribable aura in the eyes.

Being an ordinary human being who can’t see, It seems to remain today, I want to see fairies.

They say that the fairies leave when they break their sleep; Someone to the land of the moon.. My grandmother said it long ago.”

Summary

The poem reflects the speaker’s longing to witness the beauty of fairies, inspired by tales shared by their grandmother during childhood. Despite never seeing them, the speaker imagines the allure of fairies, perceiving their beauty beyond physical appearance. There’s a mystical quality described, especially in the fairies’ eyes, creating an unspoken fascination.

As an ordinary human unable to perceive such enchantment, the desire to see these mystical beings remains strong. The poem touches on the belief that fairies depart when they awaken, disappearing to the moon, echoing the wisdom passed down by the speaker’s grandmother. Overall, it encapsulates a yearning for the elusive and magical world of fairies that continues to captivate the speaker’s imagination.

Read Next


Tags Related to পৰীৰ চোৱাৰ হেঁপাহ असमिया कविता Assamese Poem


You May Also Like

Assamese Romantic Poem: Love & Desire

Assamese Romantic Poem: Love & Desire. A Modern Assamese Poem. নিসিদ্ধ গংগাত ডুব যোৱাৰ ভয়ত Love, Desire and Relationships অসমীয়া ৰোমান্টিক কবিতা: প্ৰেম আৰু কামনা নিসিদ্ধ গংগাত ডুব যোৱাৰ ভয়ত তপ্ত পৰশৰ মাদকতাৰ পৰা পলায়ন কৰি নিজকে…

Keep reading

নিজান ৰাতি, আউলি বাউলী তোমাৰ কেশ Modern Assamese Poem

নিজান ৰাতি, আউলি বাউলী তোমাৰ কেশ Modern Assamese Poem.নিজান ৰাতি, আউলি বাউলী তোমাৰ কেশ , আধা মেলা নয়নৰ চঞ্চলতাই, আজি কিয় শুবলৈ  দিয়া নাই গুলপীয়া ওঠ দুটিক ?

Keep reading

Abstract Assamese Romantic Poem

Abstract Assamese Romantic Poem. ৰত্নাকৰ বাল্মীকি হল Romance in Urban Poetry Circle in Assam. Assamese Poem, Kabita, Message, Assamese Love Quote ৰত্নাকৰ বাল্মীকি হল ধন্য হলো সান্নিধ্য  পায় ,লভিলো এক নতুন জনম,ৰত্নাকৰ আজি বাল্মীকি হল…

Keep reading

Top Romantic Assamese Kobita

পাঠটোত প্ৰেম, কষ্ট আৰু ত্যাগৰ বিষয়বস্তু একত্ৰিত কৰা হৈছে, যাৰ ফলত এক সৃষ্টিশীল আৰু আৱেগিক ভাৱে আৱেগিক অভিব্যক্তি সৃষ্টি হৈছে।

Keep reading

সকলো স্পৰ্শই শিহৰিত কৰিব নোৱাৰে মন প্ৰাণ HOT Assamese Romance online.

সকলো স্পৰ্শই শিহৰিত কৰিব নোৱাৰে মন প্ৰাণ, হব পাৰে ই মাত্ৰ ক্ষণতেকীয়া জৈবিক সন্তুষ্টি। প্ৰবল তাৰনা আৰু আবেগ মিহলি এক পলৰ মাত্ৰ এটা স্পৰ্শই আনিদিয়ে সমস্ত জগতৰ পূৰ্ণ মাদকতা । এৰি থৈ যায় পৰম শুখানুভুতি,যি…

Keep reading

Something went wrong. Please refresh the page and/or try again.


Poet :- Shyamalendra Nath Baruah

Leave a Reply

Your email address will not be published. Required fields are marked *

Trending

Discover more from North Guwahati. com

Subscribe now to keep reading and get access to the full archive.

Continue reading