
সকলো স্পৰ্শই শিহৰিত কৰিব নোৱাৰে মন প্ৰাণ,
হব পাৰে ই মাত্ৰ ক্ষণতেকীয়া জৈবিক সন্তুষ্টি।
প্ৰবল তাৰনা আৰু আবেগ মিহলি এক পলৰ মাত্ৰ এটা স্পৰ্শই আনিদিয়ে সমস্ত জগতৰ পূৰ্ণ মাদকতা ।
এৰি থৈ যায় পৰম শুখানুভুতি,
যি স্বৰ্গীয়,
যি চৰম মানবীয় অভিব্যক্তি ।
বৰ্ননাতীত পৰম তৃপ্তি।
Read Next
সকলো স্পৰ্শই শিহৰিত কৰিব নোৱাৰে মন প্ৰাণ HOT Assamese Romance online.
You may also be interested in
-
Top Romantic Assamese Kobita

পাঠটোত প্ৰেম, কষ্ট আৰু ত্যাগৰ বিষয়বস্তু একত্ৰিত কৰা হৈছে, যাৰ ফলত এক সৃষ্টিশীল আৰু আৱেগিক ভাৱে আৱেগিক অভিব্যক্তি সৃষ্টি হৈছে।
-
Top Assamese Love Poem ৠতু আহে ৠতু যায়

ৠতু আহে ৠতু যায় assamese poem sms
-
Most Romantic Assamese Poem সযতনে থৈছো মই উমদি বুকুৰ মাজত

Most Romantic Assamese Poem. হেৰুৱাবলৈ নাই একোৱেই,তথাপিও হেৰুৱাৰ ভয় । চাৰিওফালে পোহৰ,তথাপিও আন্ধাৰলৈ ভয় । সুখেৰে আবৃত্ত মই,তথাপিও দুখলৈ ভয় । আছে মাথোন অযুত সপোন…
Tag Cloud
Admission Processes in Universities All About Assam Amenities in North Guwahati Ancient History of Assam Art & Culture of Assam Assamese Language Literature Assamese Poems Assamese Romantic Poem Assam Tourism Information Beautiful Tourist Spots in Assam Best & Top Tourist Places of Assam Do you Know ? Educational Tutorials Education System Festivals of Assam Gauhati University Gauhati University Admission General Knowledge for Exams Guwahati City Guide Higher Education Career Options in Assam Hindu Religious Beliefs Hindu Religious Faith History of the World Important Places of North Guwahati Indian Travel Blog North Guwahati City Complete Guide Student & Career Related Articles Top100 Assamese Poems Tourist Places in North Guwahati Travel & Tourism Information



