Assamese Kobita

ইমান ধুনীয়া ছোৱালী জনী দেখিলে প্ৰেমত পৰো যেন  ভাব হয় ।
Beautiful Girl

ইমান ধুনীয়া ছোৱালী জনী দেখিলে প্ৰেমত পৰো যেন  ভাব হয় ।

বিচাৰিলো ঠিকনা তাইৰ ।

বেলিক শুধিলো জানানে তাইৰ ঠিকনা?

বেলিয়ে কলে , জানিলে মই তাইৰ ঠিকনা নকৰিলো হয়  নিজকে এনেকৈ দহন। …………….

ধেৎ কাকো কথা সুধি লাভ নাই , কিবা নহয় কিবা প্ৰবলেম আছেই ।।।।।

I feel like I’m in love with such a beautiful girl.

I looked for her address.

I asked the Sun if he knew her address.


Sun said , if I knew I wouldn’t have burned myself like this…….

Damn there’s no point in asking anyone , there’s always some problem !!!!

Tags on Assamese Kobita

Read Next


Poet Shyamalendra Nath Baruah

নিজান ৰাতি, আউলি বাউলী তোমাৰ কেশ Modern Assamese Poem

নিজান ৰাতি, আউলি বাউলী তোমাৰ কেশ Modern Assamese Poem.নিজান ৰাতি, আউলি বাউলী তোমাৰ কেশ , আধা মেলা নয়নৰ চঞ্চলতাই, আজি কিয় শুবলৈ  দিয়া নাই গুলপীয়া ওঠ দুটিক ?

Keep reading

Abstract Assamese Romantic Poem

Abstract Assamese Romantic Poem. ৰত্নাকৰ বাল্মীকি হল Romance in Urban Poetry Circle in Assam. Assamese Poem, Kabita, Message, Assamese Love Quote ৰত্নাকৰ বাল্মীকি হল ধন্য হলো সান্নিধ্য  পায় ,লভিলো এক নতুন জনম,ৰত্নাকৰ আজি বাল্মীকি হল ।। The lines given here…

Keep reading

Top Romantic Assamese Kobita

পাঠটোত প্ৰেম, কষ্ট আৰু ত্যাগৰ বিষয়বস্তু একত্ৰিত কৰা হৈছে, যাৰ ফলত এক সৃষ্টিশীল আৰু আৱেগিক ভাৱে আৱেগিক অভিব্যক্তি সৃষ্টি হৈছে।

Keep reading

Modern Assamese Short Poem

Modern Assamese Short Poem. আধুনিক অসমীয়া চুটি কবিতা. যদি নাথাকিল হয় মাৰ আৰ্শীবাদ if don’t have blessings… হেৰুৱালো হয় নিশ্চয় শব্দবোৰ ,নাপালা হয় নিশ্চয় অৰ্থ বোৰো,ভাবিছা নে কেতিয়াবা ? যদি নাথাকিল হয় মাৰ আৰ্শীবাদ। Modern Assamese Short Poem Summary This…

Keep reading

Heart Breakup Poem in Assamese

Heart Breakup Poem in Assamese. মিছা কৈছা, কোৱাচোন কিয় ? You’re lying, tell me why? Deep Emotional Feelings মিছা কৈছা, কোৱাচোন কিয় ?জীয়াই আছো সেই বাবেই! শূন্যতাই আজিও জীয়াই আছে।তুমি আহি আছিলা সপোনৰ ৰং লৈ,আৰু গৈছিলা এটি শূন্য বুকু থৈ…

Keep reading

Something went wrong. Please refresh the page and/or try again.

Leave a Reply

Your email address will not be published. Required fields are marked *

Trending

Discover more from The Wikipedia of North Guwahati

Subscribe now to keep reading and get access to the full archive.

Continue reading