Assamese Love Story. হৃদয়ৰ এমুঠি ৰাগ সম্বলিত বিমূৰ্ত প্ৰেমৰ ৰূপ গাথা Assamese

হেঙুলীয়া আবেলিটোৰ মাদকতাত ডুব যোৱা বেলিটো পশ্চিমৰ দিগন্তত অস্তপ্ৰায় ।
বিচ্ছুৰিত বৰ্নালীৰ অপৰূপ আভাৰ দ্বাৰা পৰিবেস্টিত মুখমণ্ডলৰ উজ্জলতাই ম্লান কৰিদিলে হাজাৰ বছৰ পুৰণি মান্যতাক ।
লিখাহৈছে হৃদয়ৰ এমুঠি ৰাগ সম্বলিত বিমূৰ্ত প্ৰেমৰ ৰূপ গাথা ।
পুস্পবৃষ্টিৰ প্ৰেমত মতলীয়া আজিৰ শীতৰ সন্ধিয়াই কিয় বাৰু আলিঙ্গন কৰে;
সদ্য যৌৱন প্ৰাপ্ত প্লাবিতাৰ লগত ।
শিলত ঠেকা খাই খাই বাগৰি অহা সুভ্ৰ শীতল জলৰাশিৰ কোলাত বহি থকা মাত্ৰ যেন এটা নিশ্চুপ শিলগুটি।
কি যে বিমূৰ্ত।
Heart full of abstract Assamese love story.
The poem depicts a sunset scene. Fading light challenges ancient beliefs. Speaks of desire to escape constraints. Winter evening unexpectedly embraces rain. Symbolizes renewal through character Plabita. Represents youth and new beginnings. Imagery of silent pebble in cool water. Evokes peace and stillness. Celebrates nature’s transitions. Quiet, profound moments of change.
Summary of the Poem in Hindi
कविता में सूर्य के अस्त होने का एक दृश्य चित्रित किया गया है, उसकी लुप्त होती रोशनी एक ऐसा स्पेक्ट्रम प्रस्तुत करती है जो प्राचीन मान्यताओं को चुनौती देती है। यह भागने की इच्छा की बात करता है, शायद पुराने विचारों या बाधाओं से। सर्दियों की शाम का बारिश के प्रति अप्रत्याशित स्नेह नवीकरण की भावना का परिचय देता है, जिसका प्रतीक प्लाबिता का चरित्र है, जो युवाओं और नई शुरुआत का प्रतिनिधित्व करता है। ठंडे, गिरते पानी से घिरे एक मूक कंकड़ की कल्पना शांति और स्थिरता की भावना पैदा करती है। कुल मिलाकर, कविता प्रकृति के परिवर्तनों की सुंदरता और परिवर्तन के शांत, गहन क्षणों का जश्न मनाती प्रतीत होती है।
Read Next
All About Assam Amenities in North Guwahati Assam Tourism Information Best & Top Tourist Places of Assam Do you Know ? Education System Gauhati University General Knowledge for Exams North Guwahati Travel & Tourism Information
You may also be interested in
পৰিবলৈ নিদিওঁ শাত এই গাভৰু দেহাক Romantic Assamese Poem
পৰিবলৈ নিদিওঁ শাত এই গাভৰু দেহাক Romantic Assamese Poem
Assamese Romantic Poem: Love & Desire
Assamese Romantic Poem: Love & Desire. A Modern Assamese Poem. নিসিদ্ধ গংগাত ডুব যোৱাৰ ভয়ত Love, Desire and Relationships অসমীয়া ৰোমান্টিক কবিতা: প্ৰেম আৰু কামনা নিসিদ্ধ গংগাত ডুব যোৱাৰ ভয়ত তপ্ত পৰশৰ মাদকতাৰ পৰা পলায়ন কৰি নিজকে কিমান দিবা যাতনা ? সঘন উশাহৰ…
Tribute to Hiru Da -চন্দ্রবিন্দু-Assamese Poem
Tribute to Hiru Da. চন্দ্রবিন্দু – An Assamese Poem written by Mrinaljyoti Deka, and it is dedicated to the great Assamese poet Hiru Da.কবিয়ে হিৰুদাক সম্বোধন কৰি তেওঁ এই জগতলৈ উভতি অহাৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে। এই প্ৰত্যাৱৰ্তন ৰূপক, যিয়ে…
Assamese Poem Recitation
ডেইজী দত্ত বৰুৱাৰ দ্বাৰা আবৃত্তি কৰা হিৰুদাৰ এটা অসমীয়া কবিতা” Mor Desh” (My Country) by Hiren Bhattacharyya is indeed one of the most celebrated Assamese poems. Hiren Bhattacharyya was a prominent Assamese poet, and his work holds significant cultural and…
অত্যন্ত-প্রশাসনিক Assamese Poem অসমীয়া কবিতা
অত্যন্ত-প্রশাসনিক Assamese Poem কেলেণ্ডাৰৰ দিনবোৰ ৰণুৱা ঘোঁৰাৰ দৰে কেলেণ্ডাৰৰ দিনবোৰ ৰণুৱা ঘোঁৰাৰ দৰে চেকুৰে মাহবোৰৰ হাফ মাৰাথন বছৰৰ ফুল মাৰাথন। হেৰাই যায় বছৰবোৰ সন্তর্পনে। প্রশাসন যন্ত্র চলে নিজৰ গতিত প্রশাসন যন্ত্র চলে নিজৰ গতিত যাৰ স্থিতিও অচল তথাপি গতিমান। জাননীবোৰ…
নিজান ৰাতি, আউলি বাউলী তোমাৰ কেশ Modern Assamese Poem
নিজান ৰাতি, আউলি বাউলী তোমাৰ কেশ Modern Assamese Poem.নিজান ৰাতি, আউলি বাউলী তোমাৰ কেশ , আধা মেলা নয়নৰ চঞ্চলতাই, আজি কিয় শুবলৈ দিয়া নাই গুলপীয়া ওঠ দুটিক ?
Assamese Poemপৰীৰ চোৱাৰ হেঁপাহ असमिया कविता
পৰীৰ চোৱাৰ হেঁপাহ असमिया कविता Assamese Poem
Abstract Assamese Romantic Poem
Abstract Assamese Romantic Poem. ৰত্নাকৰ বাল্মীকি হল Romance in Urban Poetry Circle in Assam. Assamese Poem, Kabita, Message, Assamese Love Quote ৰত্নাকৰ বাল্মীকি হল ধন্য হলো সান্নিধ্য পায় ,লভিলো এক নতুন জনম,ৰত্নাকৰ আজি বাল্মীকি হল ।। The lines given here…
Famous Assamese short poem
আগুৰি-লৈছা-পাৰিছা- A Famous Assamese Motivational Romantic short Poem written by Shyamalendra Nath Baruah.
দিম তোক,লবি তই Best assamese sms for Lovers
দিম তোক,লবি তই Best assamese sms for Lovers.দিম তোক, লবি তই, নুসুধিবি তই, নকও মই, মাথা আছে যদি বুজিবি তই।














Leave a Reply