WhatsApp Facebook Assamese Poem. যি দৰে ৰৈ যাব মোবাইলৰ ডাটা . Poet Shyamalendra Nath Baruah

যি দৰে ৰৈ যাব মোবাইলৰ ডাটা WhatsApp Facebook Assamese Poem
যি দৰে ৰৈ যাব মোবাইলৰ ডাটা
যেতিয়াই নাপাইছিলো তোমাৰ খবৰ,
পুতলা হৈ পৰিছিলো প্ৰযুক্তিৰ হাতত।
Fb,WA আৰু Instagram ৰ দুনিয়াত
হাবাথুৰি খাই ফুৰিছিলো বিচাৰি
তোমাৰ খবৰ।
তীব্ৰ উত্তেজনা আৰু মানসিক দন্দত
পৰিছিল ভাগি মোৰ থুনুকা হৃদয়।
চাবুকৰ কোবত যেন চিৰাচিৰ দেহা ।
প্ৰযুক্তিৰ বুটাম টিপি তোমাৰ খবৰ
বিচৰাই যেন মোৰ বেহা ।
অনন্ত প্ৰতীক্ষাৰ অন্তত তোমাৰ খবৰ,
জুৰ পেলাই দিছিল মোৰ অশান্ত হৃদয়।
আলফুলে পঢ়ি ৰাখিছিলোঁ বাৰ্তা সযতনে,
যেন বুকুৰ মাজত সুমুৱাই থৈছোঁ তোমাকেই ।
ৰৈ যাব নিশ্চয় মোৰ সপোন সেমেকা হৈ ,
যিদৰে ৰৈ যাব মোবাইলৰ ডাটা আধৰুৱা কৈ।
কাৰণ ইটো প্ৰান্তত নাই যে আজি তোমাৰ সহাৰি ।
Translation of the Poem
Whenever I didn’t hear from you,
I became a puppet in the hands of technology.
In the world of Fb,WA and Instagram I was struggling to find it Your news.
In intense excitement and mental tension My heart was broken.
There is nothing like a whip.
Your news by pressing the technology button Seeking seems to be my business.
After eternal waiting, your news, It was a troubled heart.
I gently read the message carefully,
It’s like I’ve put you in my chest.
My dreams will surely remain dry ,
There are many ways to leave mobile data incomplete.
Because it’s not on the other side that your response today.
Summary of the Poem
The speaker grapples with the impact of technology on their emotions and relationships, feeling like a puppet under its control when communication with the desired person is absent. They search fervently on social media platforms like Facebook, WhatsApp, and Instagram for any news about the person they long for, experiencing intense excitement and mental strain akin to heartbreak due to the lack of updates.
In their urgency to connect, the speaker consistently uses technology to seek news, making it a relentless effort. When finally receiving the awaited message, they absorb the words tenderly, feeling a profound connection.
Yet, despite the received message, the speaker realizes that their relationship dreams might remain unfulfilled due to obstacles like incomplete mobile data. This uncertainty about receiving a response intensifies the emotional turmoil within the speaker.
Read Next
Tags related to the Assamese Poem
You may interested in
পৰিবলৈ নিদিওঁ শাত এই গাভৰু দেহাক Romantic Assamese Poem
পৰিবলৈ নিদিওঁ শাত এই গাভৰু দেহাক Romantic Assamese Poem
Assamese Romantic Poem: Love & Desire
Assamese Romantic Poem: Love & Desire. A Modern Assamese Poem. নিসিদ্ধ গংগাত ডুব যোৱাৰ ভয়ত Love, Desire and Relationships অসমীয়া ৰোমান্টিক কবিতা: প্ৰেম আৰু কামনা নিসিদ্ধ গংগাত ডুব যোৱাৰ ভয়ত তপ্ত পৰশৰ মাদকতাৰ পৰা পলায়ন কৰি নিজকে…
Tribute to Hiru Da -চন্দ্রবিন্দু-Assamese Poem
Tribute to Hiru Da. চন্দ্রবিন্দু – An Assamese Poem written by Mrinaljyoti Deka, and it is dedicated to the great Assamese poet Hiru Da.কবিয়ে হিৰুদাক সম্বোধন কৰি তেওঁ এই জগতলৈ উভতি অহাৰ বাবে ইচ্ছা প্ৰকাশ…
Assamese Poem Recitation
ডেইজী দত্ত বৰুৱাৰ দ্বাৰা আবৃত্তি কৰা হিৰুদাৰ এটা অসমীয়া কবিতা” Mor Desh” (My Country) by Hiren Bhattacharyya is indeed one of the most celebrated Assamese poems. Hiren Bhattacharyya was a prominent Assamese poet, and his…
অত্যন্ত-প্রশাসনিক Assamese Poem অসমীয়া কবিতা
অত্যন্ত-প্রশাসনিক Assamese Poem কেলেণ্ডাৰৰ দিনবোৰ ৰণুৱা ঘোঁৰাৰ দৰে কেলেণ্ডাৰৰ দিনবোৰ ৰণুৱা ঘোঁৰাৰ দৰে চেকুৰে মাহবোৰৰ হাফ মাৰাথন বছৰৰ ফুল মাৰাথন। হেৰাই যায় বছৰবোৰ সন্তর্পনে। প্রশাসন যন্ত্র চলে নিজৰ গতিত প্রশাসন যন্ত্র চলে নিজৰ গতিত যাৰ…
নিজান ৰাতি, আউলি বাউলী তোমাৰ কেশ Modern Assamese Poem
নিজান ৰাতি, আউলি বাউলী তোমাৰ কেশ Modern Assamese Poem.নিজান ৰাতি, আউলি বাউলী তোমাৰ কেশ , আধা মেলা নয়নৰ চঞ্চলতাই, আজি কিয় শুবলৈ দিয়া নাই গুলপীয়া ওঠ দুটিক ?
Assamese Poemপৰীৰ চোৱাৰ হেঁপাহ असमिया कविता
পৰীৰ চোৱাৰ হেঁপাহ असमिया कविता Assamese Poem
Abstract Assamese Romantic Poem
Abstract Assamese Romantic Poem. ৰত্নাকৰ বাল্মীকি হল Romance in Urban Poetry Circle in Assam. Assamese Poem, Kabita, Message, Assamese Love Quote ৰত্নাকৰ বাল্মীকি হল ধন্য হলো সান্নিধ্য পায় ,লভিলো এক নতুন জনম,ৰত্নাকৰ আজি বাল্মীকি হল…














Leave a Reply