New Assamese Songs 2024. New Bihu Songs 2024. Zubeen Garg New Songs. Assamese Singer Priyanka Bharali’s songs for 2024. New Bihu Video Songs. Online Assamese Bihu Songs. Latest Bihu Songs 2024.Mon Sang New Assamese Bihu Song Album.

Assamese New Songs of Zubeen Garg

Mon Seng মনচেং ঐ

Singers: Zubeen Garg, Priyanka Bharali.
Lyrics/Tune/Music: Dr. Lohit Rohit.
Sound Composition: Solomon Musahari.
Sound Composition/Mastering: Diganta Bardoli.
Producer: Tarun Gogoi.
Co-Artist
Sharat Neel, Rajiv Chani, Kushal Kashyap, Piti Bora, Swarnali Aideu,Tanushree Devi.
Musicians
Drums: Deveshwar Shaikia, Pankaj Bora
Rhythm/Bagna: Piti Bora
Flute: Kailash Rabha
Melody Design: Jyotiranjan Barua
Percussion/Tabla: Raja Baroua
Recorder: Ripu Mohan (Raj Music Studio)
Shekharjyoti Goswami (Zubeen Garg Studio)
Illustration /Lyrics: Harish Ranjan Gogoi

New Assamese Songs 2024- Zubeen Garg

Rating: 5 out of 5.

Lyric of the Assamese Bihu Song

তাঁতৰে পাটতে বহি
ভাৱি ভাৱি ঐ মনচেং এই
চানেকিতে বাছিচ’নে মোৰে ছবি।
মনচেংl নাহৰৰ পাতে ফুলে
মনচেং বসন্ত‌ই ৰিঙিয়ালে
মনচেংl আমে মলিয়ালে
মনচেং কঁঠালেও মুচিয়ালে
ন-সাজ পিন্ধিলে
লতাই বিৰিখে
কুলি কেতেকীয়ে
হিয়া মন জুৰালে
ঐ পালেহি পালেহি পালেহি ঘূৰি
হেঁপাহৰ ৰঙালী ঐ ৰঙালী
মনচেংl বিহুটি ও বিহুটি
মনচেং চ’তে গৈয়ে গৈয়ৈ
মনচেং ব’হাগ আহি পালে
অ’ মনচেং মেঘে গৰজিলে
মনচেং তোৰ ঢোলৰ চাপৰতে
অ’ ন-পানী বাঢ়িলে
চাপৰি বুৰিলে
প্ৰকৃতিৰ বুকুলে
বসন্ত নামিলে
পালেহি পালেহি পালেহি ঘূৰি
হেঁপাহৰ ৰঙালী ঐ ৰঙালী
চেনেহৰ বিহুটি ঐ বিহুটি
মনচেংl বহি তাঁতৰে পাটতে
মনচেং বাছি ফুল চানেকিতে
মনচেংl মোলৈ মনত পৰেনে
মনচেং দুৰু দুৰু হিয়া কঁপেনে
মোৰে কথা ভাৱি
যায়নে মন উৰি
যৌৱনৰে পাখি পিন্ধি
উলাহতে হালি জালি
লিহিৰি লিহিৰি আঙুলি বুলাই
কেতিয়া দিবিহি মৰম দিবিহি
মনচেংl হিয়াঢালি ঐ হিয়াঢালি
মনচেং বহি তাঁতৰে পাটতে
মনচেংl বাছোঁ ফুল চানেকিতে
অ’ মনচেং বাৰেপতি আউল লাগে
মনচেং তোৰ কথা ভাৱোতে ভাৱোতে
নিজান ৰাতি ৰাতি
ভাঙে কেঁচা ঘূমটি
তোৰ ভাৱনাতে দুলি
মন যেন ফাগুনী
লিহিৰি লিহিৰি আঙুলি বুলাই
কেতিয়া দিম মৰম মনচেং দিম মৰম
কেতিয়া দিম তোকে মৰম দিম তোকে
বিহুৰে তলিতে ঐ তলিতে
মৰম দিম তোকে ঐ দিম তোকে
ঐ মনচেং ঐ আহিবিনে মোলৈ মনচেং ঐ


Nahar Album 2024 (বিহুগীত) by Zubeen Garg

গীতৰ বিৱৰণ- 🔸গীত: আকৌ নাহৰ (নাহৰ ২০২৪) 🔸কণ্ঠ: জুবীন গাৰ্গ, পাপৰি গগৈ 🔸কথা-সুৰ: অম্লান, ভূপেন 🔸সংগীত: গীত ভৰালী 🔸শব্দ সংমিশ্ৰণ: পলাশ গগৈ 🔸প্ৰযোজক: ৰহিম বৰী 🔸পৰিকল্পনা: প্ৰিয়াংশু বুঢ়াগোহাঁই 🔸ঢোল-তাল: দেৱেশ্বৰ, লাচিত, পিটি 🔸বাঁহী: প্ৰদীপ ডেকা 🔸কুৰাজ: শংকৰ জ্যোতি বুঢ়াগোহাঁই 🔸ভিডিঅ’ সম্পাদনা: মিন্টু শইকীয়া 🔸বেটুপাত: পাৰ্থজিৎ হীৰা 🔸বিশেষ কৃতজ্ঞতা: ভাস্কৰ বৈৰাগী, নয়ন হাতীবৰুৱা, মহেন্দ্র দত্ত

New Zubeen Garg Music Video -Mur Rohedoi মোৰ ৰহেদৈ..

Audio credits Song: Mur Rohedoi Singer: Zubeen Garg & Deeplina Deka Composition & Music – Jayanta Kakati Lyrics – Bijit Tamuly Music Arrangement- Bablu Shibabrata Sarma Mix & Master- Shekhar Jyoti Goswami Additional Programming- Shekhar Jyoti Goswami Recorded @ Studio CHIKMIK @ Zero DB

মোৰ ৰহেদৈ.. সুৰ / সংগীত: জয়ন্ত কাকতি কথা: বিজিত

ৰহেদৈ অ’ মোৰ ৰহেদৈ.. হবিনে তই মোৰ ৰহেদৈ। ৰংমন ঐ মই তোৰ ৰহেদৈ.. হমে ঐ মই তোৰ ৰহেদৈ।। বিজুলী চাৱনি তোৰ অ’ মোৰ ৰহেদৈ.. বুকুতে বিন্ধে জান অ’ মোৰ ৰহেদৈ.. মোৰ মনৰে পদূলিতে ঘনে-ঘনেকৈ.. তোৰ মৰমৰ অগা-দেৱা অ’ মোৰ চেনাই ঐ.. বাঢ়ি অহা মোৰ ভালপোৱাৰে, বহুতৰ মাজতে তোকে বিচাৰে.. অলপ আহৰি পালেই জাননে, তোৰে ভাৱনাত উতি ভাহি ফুৰে। চিলমিলিয়া মোৰ লাহি সপোনতে, তোকে দেখো ৰাতি দোপৰতে.. আবেগে আৱৰা ভাৱনাবোৰেও, প্ৰতি পল কিয় তোকে বিচাৰে? ভাবিছোঁ যাওঁনে তোৰ কাষৰলে, মনৰে কথাবোৰ খুলি কবলে.. সাঁচি থোৱা মোৰ হিয়াৰে মৰমবোৰ, এতিয়া বুকু উপচি পৰে। যেতিয়া আহিবি এনেকৈ আহিবি, যেন উভতি চাব আৰু নালাগে.. অলপ মৰমে অলপ হেঁপাহে, সপোন সজাব তোৰে মোৰে।

Tags related to New Assamese Songs 2024- Zubeen Garg

Zubeen Garg’s 100+ songs in 40 languages

Zubeen Garg’s 100+ Songs Across Indian Languages.জুবিন গাৰ্গৰ ১০০ তকৈ বেছি গীত Zubeen Garg, the legendary Assamese singer and composer, recorded over 38,000 songs in more than 40 languages during his career. He captured hearts…

Keep reading

Trending

Discover more from North Guwahati. com

Subscribe now to keep reading and get access to the full archive.

Continue reading