Diwali Greetings and Best wishes in Assamese. Top 10 Diwali Greetings for Your Family and Friends. Festival of Light Greetings. WhatsApp Diwali Wishes in Assamese Language. Best Wishes Message for your loved one in Unicode.

Diwali Wishes in Assamese

“এই দেৱালীত আপোনাৰ জীৱনৰ প্ৰত্যেক মুহূৰ্ত আশাৰ পোহৰে পূৰ্ণ হওক। আপোনালোকলৈ সুখ, সমৃদ্ধি আৰু আনন্দৰ শুভকামনা যাচিলো। শুভ দেৱালী! Happy Diwali”

“দেৱালীৰ এই পবিত্ৰ উৎসৱত আপোনাৰ জীৱন উজ্বল পোহৰে উজলি পৰক। আপোনাৰ জীৱনত শান্তি আৰু সমৃদ্ধি ভৰি পৰক। শুভ দেৱালী!”

“এই দেৱালী পোহৰৰ উৎসৱত আপোনাৰ জীৱনৰ সকলো অন্ধকাৰ দূৰ হওক আৰু পোহৰে ভৰি পৰক। আপোনাক আৰু আপোনাৰ পৰিয়ালক দেৱালীৰ শুভেচ্ছা যাচিলো !”

“দেৱালীৰ জ্যোতিৰে আপোনাৰ জীৱন উজ্বলি উঠক সুখ আৰু সমৃদ্ধিৰে ভৰি পৰক। সকলো কামনা পূৰ্ণ হওক। শুভ দেৱালী!”

Diwali Festival of Light Photography 2024

Diwali Greetings and Best wishes in Assamese

“এই দেৱালীয়ে আপোনাৰ জীৱনত নতুন আশাৰ পোহৰ আৰু নতুন সপোন বুটলি আনক। আপোনাৰ পৰিয়ালক লৈ এই দেৱালীৰ আনন্দ উদযাপন কৰক। শুভ দেৱালী!”

“দেৱালীৰ পোহৰে আপোনাৰ জীৱনটো সুগন্ধি, সুখ আৰু সমৃদ্ধিৰে ভৰাইতোলক। আপোনাক দেৱালীৰ শুভেচ্ছা যাচিলো।”

“এই দেৱালীত আপোনাৰ জীৱনৰ প্ৰতিটো কোণত পোহৰ পৰক আৰু সকলো আশা পূৰ্ণ হওক। আপোনাক আৰু আপোনাৰ পৰিয়ালক দেৱালীৰ মংগলময় শুভেচ্ছা!”

“এই পৱিত্ৰ দেৱালীৰ পোহৰে আপোনাৰ জীৱনৰ সকলো বাধা আৰু সমস্যাৰ পৰা মুক্তি প্রদান কৰি আনন্দ আৰু শুখ আনক। আপোনাক আৰু আপোনাৰ প্ৰিয়জনক দেৱালীৰ শুভ কামনা!”

“পোহৰৰ এই উৎসৱত আপোনাৰ জীৱনৰ সকলো অন্ধকাৰ আঁতৰি যাব আৰু আপোনাৰ জীৱন আনন্দ আৰু সমৃদ্ধিৰে পূৰ্ণ হ’ব। দেৱালীৰ শুভেচ্ছা!”

“শুভ দেৱালী Happy Diwali! , আপোনাক আৰু আপোনাৰ পৰিয়ালক এই উৎসৱৰ বিশেষ শুভেচ্ছা! যাচিলো”


Assamese Calendar 2026 .অসমীয়া পঞ্জিকা ২০২৬

Assamese Calendar 2026 . Hindu Festivals and Holidays for the year 2026. অসমীয়া পঞ্জিকা ২০২৬. শুভ সময় নিৰ্ধাৰণ,অসমীয়া তাৰিখ,আজি অসমীয়া তাৰিখ January 2026 February 2026 March 2026 April 2026 15–16 Apr 2026 — 1st–2nd Bohag, 1433 (Bohag Bihu) Assamese /…

Keep reading

Famous Quotes & Dialogues of Zubeen Garg

Famous Quotes & Dialogues of Zubeen Garg. জুবিন গাৰ্গৰ উক্তি আৰু সংলাপ Legendary Zubeen Garg Quotes That Every Assamese Fan Remembers. Discover the iconic quotes of Zubeen Garg — from his love for Assam to…

Keep reading

Ashoka Ashtami at Aswaklanta Devalaya

Ashoka Ashtami at Aswaklanta Devalaya, North Guwahati: Date, Significance & Rituals. Ashoka Ashtami is a revered Hindu festival that devotees celebrate with great devotion at Aswaklanta Devalaya, a famous temple in North Guwahati, Assam. This…

Keep reading

Something went wrong. Please refresh the page and/or try again.

Trending

Discover more from The Wikipedia of North Guwahati

Subscribe now to keep reading and get access to the full archive.

Continue reading